
Welcome To our Assamese Horror Podcast
Voiced By- Swapnil Gogoi
Script- Sagar Songom Dihingia
Art work- Ratul Dutta
Send us your stories - swapnilgogoi94@gmail.com
অসমৰ গাঁও, নদী, জংঘল আৰু পুৰণি ঘৰবোৰত লুকাই আছে বহু অজানা ভূতৰ কাহিনী...।
এই পডকাষ্টত আপুনি শুনিব ভয়ংকৰ কিন্তু ৰোমাঞ্চকৰ অসমীয়া ভূত, অলৌকিক ঘটনা, লোককথা আৰু ৰহস্যময় সত্য কাহিনী।
ৰাতিৰ নিস্তব্ধতাত হেডফোন লগাই ডুব যাওক এক ভয়ংকৰ অভিজ্ঞতাৰ জগতত...।
No reviews tracked yet. Hit Refresh to fetch them.